বিয়াৰ ছমাহৰ পিছতেই ধনীৰ দুলাল প্ৰত্যুষৰ অত্যাচাৰ সহিব নোৱাৰি স্বপ্ন ভংগৰ বেদনা বুকুত বান্ধি ভাস্বতী আহি মাকৰ ঘৰ পাইছিল।
নিজকে স্থিৰ কৰিছিল।ধূলি-মাকতিৰ তৰপ বন্ধা ওকালতিৰ কিতাপবোৰৰ পাত লুটিয়াবলৈ আৰম্ভ কৰিছিল।
প্ৰত্যুষক জে'লৰ আলহী কৰাইহে তাই শান্ত হৈছিল।
🖋️অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ