পুৰুষেও কান্দে-হুমায়ুন কবিৰ

©Admin
0


কোনে কৈছে বাৰু 
   পুৰুষে নাকান্দে বুলি? 
পুৰুষেও কান্দে 
    ৰাতিৰ নিৰ্জনতাত, 
সমাধিস্থ সপোনৰ ঠিকনা বিচাৰি, 
   টকাৰ অভাৱত, 
  হেৰুৱা সপোনৰ জ্বলাঞ্জলি দিয়াৰ সময়ত, 
 পুৰুষেও উচুপে  । 

সচাঁকৈ কোনে কৈছে বাৰু 
      পুৰুষে নাকান্দে বুলি  ?? 
পুৰুষেও কান্দে 
   যান্ত্রিকতাত জীৱনৰ লক্ষ্য বিচাৰি।।

✍ হুমায়ুন কবিৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)