মোৰ শেষ শব্দ-প্ৰিয়ম খণ্ডাইত

মোক পাহৰি নাজাবা দেই
বহুত আশা এৰি থয় গৈছো, 

এৰিছো আন্ধাৰ আৰু পোহৰক,
এৰিছো কোমল আলোকময় পোহৰক,
এৰিছো নিঃশব্দ বতাহক,

               আৰু

এৰি থয় যাওঁ
বহুতৰ মৰমক,

ৰখাব পাৰা নাই 
মোৰ অশ্ৰু ধাৰাক,
বুজাব পাৰা নাই মোৰ হ্ৰদয়ৰ আবেগক,

তথাপিও এৰি থয় যাওঁ আজি।


মোক ক্ষমা কৰি দিবা দেই,
বহুতক দুখ দিয়াৰ বাবে,
বহুতৰ আবেগৰ লগত খেলা খেলাৰ বাবে,

মোৰ শেষ শব্দ॥॥
মোৰ শেষ শব্দ॥॥
মোৰ শেষ শব্দ॥॥

   ‌                🖋️ প্ৰিয়ম খণ্ডাইত
                        ঢেকিয়াজুলি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send