মোৰ শেষ শব্দ-প্ৰিয়ম খণ্ডাইত

Rinku Rajowar
0
মোক পাহৰি নাজাবা দেই
বহুত আশা এৰি থয় গৈছো, 

এৰিছো আন্ধাৰ আৰু পোহৰক,
এৰিছো কোমল আলোকময় পোহৰক,
এৰিছো নিঃশব্দ বতাহক,

               আৰু

এৰি থয় যাওঁ
বহুতৰ মৰমক,

ৰখাব পাৰা নাই 
মোৰ অশ্ৰু ধাৰাক,
বুজাব পাৰা নাই মোৰ হ্ৰদয়ৰ আবেগক,

তথাপিও এৰি থয় যাওঁ আজি।


মোক ক্ষমা কৰি দিবা দেই,
বহুতক দুখ দিয়াৰ বাবে,
বহুতৰ আবেগৰ লগত খেলা খেলাৰ বাবে,

মোৰ শেষ শব্দ॥॥
মোৰ শেষ শব্দ॥॥
মোৰ শেষ শব্দ॥॥

   ‌                🖋️ প্ৰিয়ম খণ্ডাইত
                        ঢেকিয়াজুলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)