চাফা মানুহ~অণুগল্প-পৰেশ দাস

     ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত বহুকেইজন মানুহ শাৰী পাতি আছে। ওচৰতে থকা প্ৰস্ৰাৱগাৰটোৰ পৰা দুৰ্গন্ধ বতাহত ভাঁহি আহি তেওঁলোকৰ নাকত লাগিছে। অলপো সময় নষ্ট নকৰি সকলোৱে ছি: ইমান লেতেৰা মানুহ থাকে নেকি বুলি ৰৈ থকাৰ পৰাই আশে-পাশে থু পেলাবলৈ ধৰিলে...!

✍️পৰেশ দাস
ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send