চাফা মানুহ~অণুগল্প-পৰেশ দাস

©Admin
0
     ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত বহুকেইজন মানুহ শাৰী পাতি আছে। ওচৰতে থকা প্ৰস্ৰাৱগাৰটোৰ পৰা দুৰ্গন্ধ বতাহত ভাঁহি আহি তেওঁলোকৰ নাকত লাগিছে। অলপো সময় নষ্ট নকৰি সকলোৱে ছি: ইমান লেতেৰা মানুহ থাকে নেকি বুলি ৰৈ থকাৰ পৰাই আশে-পাশে থু পেলাবলৈ ধৰিলে...!

✍️পৰেশ দাস
ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)