নাৰী তুমি অনন্যা-মিংকু ডেকা

©Admin
0
প্ৰকৃতিৰ অন্য এক নাম 
তুমি যুগে যুগে অপাৰ মহিমাৰ অধিকাৰী তুমি
ৰ্ধৈয্য, সহ্য সাহসৰ প্ৰতীক তুমি
শক্তিৰ অধিষ্ঠাত্ৰী তুমি
মমতাৰ দোলেৰে বান্ধি ৰখা তুমি মৰমৰ আঁচলেৰে আকোঁৱালি 
লোৱা তুমি
প্ৰাণ-চঞ্চলা ৰূপেৰে মোহিত কৰা তুমি
অস্তিত্বৰ যুজত স্বাভিমানী তুমি
বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী তুমি সম্পত্তিৰ অধিকাৰিনী লক্ষ্মী তুমি
পাপীক বধি পাপক নাশ কৰা
শক্তিৰ অধিকাৰীনি কালী দূৰ্গা তুমি
প্রেম, প্রেৰণা আৰু কৰুনাৰ প্রতীক তুমি,
 হে নাৰী...
তুমি মাতৃ , তুমি অনন্যা
তুমিয়েই বীৰাংগনা সৌৰ্য্য বীৰ্য্য
প্ৰতীক তেজাস্বিনী 
                    
 ✍ মিংকু ডেকা   
  কামৰূপ কলেজ, চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)