অণুগল্প-ৰ্নিভয়া-অৰুণিমা ভট্টাচাৰ্য্য

Rinku Rajowar
0
হাতৰ মুঠিটো টান হৈ আহিল ক্ৰমাৎ। তাই প্ৰতিটো প্ৰশ্নৰে সঠিক উত্তৰ দি গ'ল।
   আদালতৰ মজিয়াত তলমূৰ হৈ থকাৰ পৰা সিহঁত হালক হাত কেৰিয়া লগাই লৈ যোৱা দেখিলে তাই।
    শৰীৰৰ দাগ বোৰ নোহোৱা হ'ল যদিও মনৰ জুইকুৰা  শান্ত কৰা বৰ সহজ নহয়। এপলক ৰৈ তাই নিজৰ পথত দ্বিধাহীন ভাবে খোজ দিলে।
                  
 ✍ অৰুণিমা ভট্টাচাৰ্য্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)