অণুগল্প-ৰ্নিভয়া-অৰুণিমা ভট্টাচাৰ্য্য

হাতৰ মুঠিটো টান হৈ আহিল ক্ৰমাৎ। তাই প্ৰতিটো প্ৰশ্নৰে সঠিক উত্তৰ দি গ'ল।
   আদালতৰ মজিয়াত তলমূৰ হৈ থকাৰ পৰা সিহঁত হালক হাত কেৰিয়া লগাই লৈ যোৱা দেখিলে তাই।
    শৰীৰৰ দাগ বোৰ নোহোৱা হ'ল যদিও মনৰ জুইকুৰা  শান্ত কৰা বৰ সহজ নহয়। এপলক ৰৈ তাই নিজৰ পথত দ্বিধাহীন ভাবে খোজ দিলে।
                  
 ✍ অৰুণিমা ভট্টাচাৰ্য্য।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send