বসন্ত~স্তৱক-প্ৰজ্ঞা দেৱী ভূঞা

বসন্তৰ আবিৰেৰে
লঠঙা শীতে বাগৰ সলাইছে,
কুঁহিপাত হৈ ফুলি উঠক
মৰহা ঋতুবোৰ,
নতুনৰ স্পৰ্শত
পুনৰ সাৰ পাই উঠিব
খাপ পিটি থকা ৰাতিবোৰ......।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send