মানুহৰ মন জীপাল কৰে,
আৰু... দুখৰ স্মৃতিয়ে কেৱল
দুগাল অশ্ৰুৰে বোৱাই দিয়ে।
কোনেওতো নাজানে
কাৰ জীৱনত পলকতে
কিযে ঘটি যাব পাৰে
স্মৃতিবোৰ বুকুত সাবটি লৈ
জীৱন সাগৰত বিলীন হৈ যায়
আৰু....... সময়ৰ লগে লগে
সকলো হৈ যায় অতীত
মাথোঁ থাকি যায় কিছু স্মৃতি।।
✍🏻দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ