অস্তিত্ব-যমুনা বৈশ্য

0
বিয়া হোৱা দিন ধৰি ছয় বছৰে বিনা কথাতে শাহু , দেওৰ    
ককৰ্থনা শুনি অভ্যস্ত  হৈ পৰা নিৰ্দোষী জয়শ্ৰীৰ সাপক্ষে মাত মাতিব পৰা নাই স্বামী জয়ন্তই । নিজৰ অস্তিত্ব কথা ভাবি মুৰ তুলি মাক  ,ভায়েকক মুৰ তুলি চাই একো কথা কোৱা নাই ।
    বাৰাণ্ডত বহি থকা খুড়াকে মাত লগালে হেৰ জয়ন্ত , মোৰ দৃষ্টিত তই আজি প্ৰকৃত পুৰুষ ।আনৰ ঘৰৰ ছোৱালী জনীক বিয়া কৰাই আনি আজিও জয়শ্ৰীই কোনো প্ৰত্যুত্তৰ দিয়া নাই ঘৰ খনৰ বাবে নিজৰ অস্তিত্ব বাবে অথচ তাইৰ কি নাই বিলাসী গাড়ী , চাকৰি , ঘৰ  ,  কেৱল ঘৰখনৰ বাবে ।

🖋️শ্ৰী যমুনা বৈশ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)