ভগ্ন হৃদয়ৰ সৰু কবিতা-হুমায়ুন কবীৰ

©Admin
0
তুমি আঁতৰি গ'লা
কিন্তু মই আজিও ৰৈ আছোঁ।
তুমি আহিবা বুলি!
তুমি আহিবাতো...??
সঁচাকৈ় কোৱাচোন তোমাৰ এবাৰও মনত নপৰেনে বাৰু...??
তোমাৰ লগত কটোৱা প্ৰতিটো পল মোৰ বাবে এক ধুনীয়া সপোন।
বিশ্বাস কৰিবা ধুন?
তুমি আজিও মোৰ আপোন!
মোৰ বুকুৰ দাপোন!!

✍️ হুমায়ুন কবীৰ
      বকো, কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)