ভগ্ন হৃদয়ৰ সৰু কবিতা-হুমায়ুন কবীৰ

তুমি আঁতৰি গ'লা
কিন্তু মই আজিও ৰৈ আছোঁ।
তুমি আহিবা বুলি!
তুমি আহিবাতো...??
সঁচাকৈ় কোৱাচোন তোমাৰ এবাৰও মনত নপৰেনে বাৰু...??
তোমাৰ লগত কটোৱা প্ৰতিটো পল মোৰ বাবে এক ধুনীয়া সপোন।
বিশ্বাস কৰিবা ধুন?
তুমি আজিও মোৰ আপোন!
মোৰ বুকুৰ দাপোন!!

✍️ হুমায়ুন কবীৰ
      বকো, কামৰূপ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send