এটি কবিতা-পংকিতা কলিতা

মনৰ দাঁ‌তিত
জোনাক আঁ‌কিছো
শাশ্বত এটি কবিতা
নিনাদিত হৈছে
আকাশৰ এটি কোণত...।
পাৰ হৈ যাব পাৰে
পৃথিৱী এখন মহাদধি 
নেওচি,
তথাপি শাশ্বত হৈ ৰ'ব 
সেই কবিতাটি...।

         ✍️ পংকিতা কলিতা(দৰং)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send