এটি কবিতা-পংকিতা কলিতা

©Admin
0
মনৰ দাঁ‌তিত
জোনাক আঁ‌কিছো
শাশ্বত এটি কবিতা
নিনাদিত হৈছে
আকাশৰ এটি কোণত...।
পাৰ হৈ যাব পাৰে
পৃথিৱী এখন মহাদধি 
নেওচি,
তথাপি শাশ্বত হৈ ৰ'ব 
সেই কবিতাটি...।

         ✍️ পংকিতা কলিতা(দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)