২৮ মে'- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
২৮ মে' (ইংৰাজী: 28 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৮তম (অধিবৰ্ষত ১৪৯তম) দিন। বছৰ শেষ হ'বলৈ ২১৭ দিন বাকী থাকে।

১/১৭৪২ চনত লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।

২/১৯৯৬ চনত এইচ ডি দেবে গৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।

৩/১৯২৩ চনত ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাওৰ জন্ম। (মৃত্যুঃ ১৮/০১/১৯৯৬)

৪/১৯৩০ চনত আমেৰিকান (আমেৰিকা যুক্তৰাষ্ট্ৰ) জ্যোতিৰ্বিজ্ঞানী (জ্যোতিৰ্বিজ্ঞান) আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানী ফ্ৰাঙ্ক ড্ৰেকৰ জন্ম।

৫/১৯৩৭ চনত অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী আলফ্ৰেড এডলাৰৰ মৃত্যু।

৬/আজি নেপালৰ গণতন্ত্ৰ দিৱস।

৭/আজি বিশ্ব মহিলা স্বাস্থ্য কৰ্ম দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)