প্ৰকৃতি-নাজিমুদ্দিন আহমেদ

সেউজবৰন প্ৰকৃতি, তুমি বৰ খঙাল, 
তোমাৰ অপাৰ ক্ষমতা। 
তথাপিও তুমি মনুষ্য জীৱনৰ বিলিন হোৱা এটি আনন্দ। 
তোমাৰ অবিহনে মানৱজাতি ৰ হাহাকাৰ, 
  
তুমি বৰ খঙাল অ,
তুমি খুজিলে মূহুর্ততে ধংস মানৱ জাতি। 
  কালি তাৰে এক নিদর্শন । 
তথাপিও তোমাৰ অবিহনে মনুষ্য হাহাকাৰ। 
   
সেয়ে তোমাৰ বিৰল ক্ষমতা।

       ✍নাজিমুদ্দিন আহমেদ দলগাঁও দৰং

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send