প্ৰকৃতি-নাজিমুদ্দিন আহমেদ

©Admin
0
সেউজবৰন প্ৰকৃতি, তুমি বৰ খঙাল, 
তোমাৰ অপাৰ ক্ষমতা। 
তথাপিও তুমি মনুষ্য জীৱনৰ বিলিন হোৱা এটি আনন্দ। 
তোমাৰ অবিহনে মানৱজাতি ৰ হাহাকাৰ, 
  
তুমি বৰ খঙাল অ,
তুমি খুজিলে মূহুর্ততে ধংস মানৱ জাতি। 
  কালি তাৰে এক নিদর্শন । 
তথাপিও তোমাৰ অবিহনে মনুষ্য হাহাকাৰ। 
   
সেয়ে তোমাৰ বিৰল ক্ষমতা।

       ✍নাজিমুদ্দিন আহমেদ দলগাঁও দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)