লগ ডাউনত ল'ৰায়ে কিনো কৰি আছে বুলি মাকে তাৰ পঢ়া কোঠালি পালেগৈ, আৰু সেই সময়ত ল'ৰায়ে গনিতৰ অনলাইন ক্লাচ কৰি আছিল, ল'ৰায়ে মাই নাচ - প্লাচ+ কৰি অংক কৰি আছিল, মাকে ল'ৰাৰ মুখত মাই নাচ ,মাই নাচ শব্দ শুনি খংত চুলিৰ আগ পালেগৈ,😁 পুতেকৰ গালত ঠাচ কে চৰ দুটা মাৰি কলে 'মোৰ ভাইটিয়ে বি এ পাছ কৰিও মাকক নাচিবলৈ কোৱা নাই তই ক্লাচ নাইনত পঢ়িয়ে মাকক নাচিব ক'ব পৰা হলি বদমাছ।😁😁
✍নাজিমুদ্দিন আহমেদ,
দৰং দলগাঁও