ভগৱান-গোপাল কৃষ্ণ বাঢ়ৈ

©Admin
0

গাঁৱৰ মানুহবোৰে অকৰা-অজলা বুলি হঁহা,উপলুঙা কৰা গকুল আৰু তেওঁৰ পত্নীৰ চৰণত সেৱা কৰি নতুনকৈ উপআৰক্ষীৰ পৰিদৰ্শকৰ চাকৰি পোৱা তেওঁলোকৰ পুত্ৰই যিদিনা চাকৰিত যোগদান কৰিবলৈ ওলালে সেইদিনাহে গাঁৱৰ সকলোৱে বুজি পালে যে আনৰ বাবে যিয়েই নহওঁক কিয় সন্তানৰ বাবে পিতৃ-মাতৃ সদায় ভগৱান স্বৰূপ৷

    ✍️ গোপাল কৃষ্ণ বাঢ়ৈ,টীয়ক,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)