সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
১.অসমত দিয়া চলাইৰ কাৰখানা ক'ত অৱস্থিত?
উঃ ধুবুৰী।
২. অসমত সাৰ কাৰখানা ক'ত আছে?
উঃ নামৰূপ।
৩.কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল?
উঃ ১৯৬১চনত।
৪.অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উঃ বসন্ত দাস।
৫.অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উঃ ১৯১৭ চনত।
৬.অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল?
উঃ ১৯৭৯ চনৰ পৰা।
৭.অসমত কোন চনৰ পৰা মাটিৰ 'ম্যাদী প্ৰথা'ৰ প্ৰচলন আৰম্ভ হৈছিল?
উঃ১৮৮৬ চনৰ পৰা।
৮.'টেলিফোন আৰু টেলিগ্ৰাফ' সেৱা অসমত কেতিয়াৰ পৰা প্ৰচলিত হৈছিল?
উঃ ১৮৬৬ চনৰ পৰা।
৯.অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?
উঃ কলোনেল কীটিং ।
১০.'আভ্যন্তৰীণ সীমা আইন' কেতিয়া কাৰ্যকৰী কৰা হয়?
উঃ ১৮৭৩ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)