সাধাৰণ জ্ঞান

⚫কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত?

(ক) নীলাচল পাহাৰ

(খ) চিত্ৰাচল পাহাৰ

(গ) সন্ধ্যাচল পাহাৰ

উত্তৰঃ (ক) নীলাচল পাহাৰ

⚫কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ স্থানান্তৰিত হয়?

(ক) ১৯৫০ চনত

(খ) ১৯৭১ চনত

(গ) ১৯৭৩ চনত

উত্তৰঃ(গ) ১৯৭৩ চনত

⚫নিম্নলিখিত কোনটো অংগ খাদ্য হজম কৰাত জড়িত নহয়?

(ক) যকৃত

(খ) প্লীহা

(গ) জেজুনম

উত্তৰঃ(খ) প্লীহা

⚫কিমান চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১৯০২ চনত

(খ) ১৯১৭ চনত

(গ) ১৯২১ চনত

উত্তৰঃ (খ) ১৯১৭ চনত

⚫নিম্নলিখিত কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়?

(ক) A

(খ) B

(গ) C

উত্তৰঃ(গ) C

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send