(ক) নীলাচল পাহাৰ
(খ) চিত্ৰাচল পাহাৰ
(গ) সন্ধ্যাচল পাহাৰ
উত্তৰঃ (ক) নীলাচল পাহাৰ
⚫কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ স্থানান্তৰিত হয়?
(ক) ১৯৫০ চনত
(খ) ১৯৭১ চনত
(গ) ১৯৭৩ চনত
উত্তৰঃ(গ) ১৯৭৩ চনত
⚫নিম্নলিখিত কোনটো অংগ খাদ্য হজম কৰাত জড়িত নহয়?
(ক) যকৃত
(খ) প্লীহা
(গ) জেজুনম
উত্তৰঃ(খ) প্লীহা
⚫কিমান চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল?
(ক) ১৯০২ চনত
(খ) ১৯১৭ চনত
(গ) ১৯২১ চনত
উত্তৰঃ (খ) ১৯১৭ চনত
⚫নিম্নলিখিত কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়?
(ক) A
(খ) B
(গ) C
উত্তৰঃ(গ) C
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ