ধৰা-আকাশ দাস

মৰম উৰি যাব,
থাপ মাৰি ধৰা।
বান্ধ এটা দিয়া,
সৌটো নিজৰা!

তাত বোৱাই নিদিবা!
মিলি যাব ধৰা।
মিলিব নিদিবা,
এতিয়াই থপিওঁৱা।

✍🏻আকাশ দাস,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send