Homeআকাশ দাস ধৰা-আকাশ দাস June 08, 2021 0 মৰম উৰি যাব,থাপ মাৰি ধৰা।বান্ধ এটা দিয়া,সৌটো নিজৰা!তাত বোৱাই নিদিবা!মিলি যাব ধৰা।মিলিব নিদিবা,এতিয়াই থপিওঁৱা।✍🏻আকাশ দাস,নলবাৰী Tags: আকাশ দাস কবিতা