আজি হ'ল ২৯ জুন। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৮৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক--
🛑আজিৰ ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস।
🛑আজিৰ দিনটোতেই ১৫২০ চনত আজটেক সাম্ৰাজ্যৰ অন্তিম সম্ৰাট মনটেজুমা দ্বিতীয়ৰ মৃত্যু হৈছিল।
🛑আজিৰ দিনটোতেই ১৬১৩ চনত লণ্ডনৰ পুৰণি গ্ল'ব থিয়েটাৰ য'ত ছেক্সপীয়েৰৰ নাটকসমূহ পৰিৱেশন কৰা হৈছিল; সেয়া এক অগ্নিকাণ্ডত জাহ যায়।
🛑১৮৭৩ চনত আজিৰ দিনটোতেই বাঙালী কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু হৈছিল।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব