১. ভাৰতীয় লেখকৰ দ্বাৰা ৰচিত প্ৰথমখন কেম্পাছ উপন্যাস কি?
উঃ পি. এম. নিত্যানন্দনৰ "দ্য লং লং ডেইজ"।
২. ভাৰতীয় ভাষাত ৰচিত প্ৰথমখন কেম্পাছ উপন্যাস কি?
উঃ অসমীয়া লেখক নবীন বৰুৱাৰ "কটন কলেজ"।
৩. ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
উঃ সমুদ্ৰগুপ্ত।
৪. ভাৰতত প্ৰথম কপাহৰ খেতি ক'ত হৈছিল?
উঃ মেহৰগড় ।
৫. অসমীয়া ভাষাৰ লিপি কি?
উঃ ব্ৰাহ্মী।
৬. অসমীয়া ভাষাৰ উৎস কি?
উঃ মাগধী প্ৰাকৃত ।
৭. চৰকাৰী বাজেটৰ দুটা উপাংশ কি?
উঃ ৰাজহ বাজেট আৰু মূলধন বাজেট।
৮. ব্ৰীটেন উডচ মান বা আই. এম.এফ মানৰ কাৰ্যকাৰিতাৰ সময় কিমান আছিল?
উঃ ১৯৪৪-৭১ চন।
৯. অৰ্থনীতিৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞা কোনে আগবঢ়াইছিল?
উঃ লায়নেল ৰবিনন্স।
১০. অৰ্থনীতিক ব্যষ্টিবাদী আৰু সমষ্টিবাদী হিচাপে কোনে বিভক্ত কৰিছিল?
উঃ ৰেগনাৰ ফ্ৰিজ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ