কৌতুক

©Admin
0
এবাৰ কনটিলৌ এজন বেপাৰীৰ বিয়া
খাবলৈ গৈছিল-
যিটো বিবাহ ভৱনত বিবাহ অনুস্থিত
হৈছিল তাত দুখন দর্জা
আছিল।
.
এখনত লিখা আছিল- ‘সম্পর্কীয়ৰ বাবে’
আৰু আনখনত
‘বন্ধু-বান্ধৱীৰ বাবে’
.
কনটিলৌয়ে ‘বন্ধু-বান্ধৱীৰ বাবে’ লিখা
খনেৰে ভিতৰত
সোমাল।
.
অলপ আগত গৈ কনটিলৌয়ে আৰু দুখন দর্জা
পালে।
.
এখনত লিখা আছিল- ‘মহিলাৰ বাবে’
আৰু আনখনত ‘পুৰুষৰ
বাবে’
.
কনটিলৌয়ে ‘পুৰুষৰ বাবে’ লিখা খনেৰে
ভিতৰত সোমাল।
.
তাৰপাছত আৰু অলপ আগত গৈ কনটিলৌয়ে আৰু
দুখন দর্জা
পালে।
.
এখনত লিখা আছিল- ‘উপহাৰ লৈ অহা
সকলৰ বাবে’ আৰু
আনখনত ‘উপহাৰ ননা সকলৰ বাবে’
.
কনটিলৌয়ে ‘উপহাৰ ননা সকলৰ বাবে’ লিখা
খনেৰে ভিতৰত
সোমাল।
.
.কনটিলৌয়ে গম পোৱা নাছিল সেই খন
বাহিৰলৈ ওলাই যোৱা দজা আছিল...!
তাৰপাছত আমাৰ কনটিলৌয়ে দেখিলে যে
সি বাহিৰৰ গলি এটাত
থিয় হৈ আছে.!
আৰু তাত লিখা আছিল-
.
.
“লাজ লগা নাই!! বিয়াত ফ্রি তে
মাংস-ভাত খাৱ
আহিছ?
যা যা, বতাহ খা গৈ..!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)