এসাঁজ ভাত-হৃদয়ৰঞ্জন চেতিয়া

বেলিটো ডুব যায়
ৰাতি নমায়,
এন্ধাৰত নিজৰ মুখতকৈ
আপোনবোৰৰ মুখ জিলিকে
সুখত থাকক সকলো
কষ্ট কৰিম দুগালেদি অশ্ৰু বোৱাই;
এই এসাঁজ ভাত 
আহা সকলোৱে এগৰাহ খাওঁ।

✍️হৃদয়ৰঞ্জন চেতিয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send