Homeকবিতা এসাঁজ ভাত-হৃদয়ৰঞ্জন চেতিয়া June 15, 2021 0 বেলিটো ডুব যায়ৰাতি নমায়,এন্ধাৰত নিজৰ মুখতকৈআপোনবোৰৰ মুখ জিলিকেসুখত থাকক সকলোকষ্ট কৰিম দুগালেদি অশ্ৰু বোৱাই;এই এসাঁজ ভাত আহা সকলোৱে এগৰাহ খাওঁ।✍️হৃদয়ৰঞ্জন চেতিয়া Tags: কবিতা হৃদয়ৰঞ্জন চেতিয়া