উঃ হাম্পি ( কৰ্ণাটক)।
২. বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উঃ হৰিহৰ আৰু বুক্ক নামে ভাতৃদ্বয় ।
৩. বিজয়নগৰৰ আটাইতকৈ বিখ্যাত ৰজাজন কোন আছিল?
উঃ কৃষ্ণদেৱ ৰায়।
৪. কোনখন যুদ্ধক বিজয়নগৰৰ পতনৰ সূচক হিচাপে জনা যায়?
উঃ টালিকটা যুদ্ধ।
৫. গপুৰাম মানে কি?
উঃ বাটচৰা।
৬. বিজয়নগৰত নায়কসকলৰ কি ভূমিকা আছিল?
উঃ নায়কসকল আছিল ৰাজপ্ৰতিনিধি যাৰ ওপৰত আইন-শৃংখলাৰ দ্বায়িত্বভাৰ ন্যস্ত আছিল।
৭. মৃচ্ছকটিকা কাৰ ৰচনা?
উঃ শূদ্ৰক ।
৮. মুদ্ৰাৰাক্ষস কাৰ ৰচনা?
উঃ বিশাখা দত্ত ।
৯. নাট্যশাস্ত্ৰ কাৰ ৰচনা?
উঃ ভৰতমুনি।
১০. অভিনয় দৰ্পণ কাৰ ৰচনা?
উঃ নন্দিকেশ্বৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ