০৫ জুন- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
৫ জুন (ইংৰাজী5 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৬তম (অধিবৰ্ষত ১৫৭তম) দিন। বছৰ শেষ হ'বলৈ ২০৯ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৬৬১ - ছাৰ আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
  • ১৯৪০ - প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
  • ১৯৭২ - চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED) মানৱ পৰিৱেশ (Human Environment) সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে ।
  • ১৯৭২ - ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।
  • বিশ্ব পৰিৱেশ দিৱস 
  • ৪৬৯ - খ্ৰীষ্টপূৰ্ব - ছক্ৰেটিছ, গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
  • ১৮৬৫ - সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
  • ১৯৪৪ - হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৭৪ - মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯১০ - অ’ হেনৰি, প্ৰখ্যাত আমেৰিকান ছুটি গল্পকাৰ।
  • ২০০৪ - ৰোনাল্ড ৰেগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)