অলৌকিক স্পৃহা-দীপজ্যোতি বৰদলৈ

নির্বীজন
গৃহত্যাগী অন্তৰখন
বিষয় বোৰ আসক্তিশূন্য
অভেদভাৱে মজিয়াত পৰি ৰৈছে অন্তৰ খন------
ভগ্নোৎসাহ নদীৰ বুকু
নিশাচৰী হাতবাউল নিশি
আকাশত নিশাৰত্ন ।


✍️দীপজ্যোতি বৰদলৈ 
     মৰিগাঁও,অসম
     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send