উঃ ছাহজাহান
২.ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উঃ জে.বি কৃপালানি।
৩.অধিক শব্দ কৰা প্ৰাণীবিধৰ নাম কি?
উঃ জিলি।ইহঁতে চেকেণ্ডত পাঁচশ বাৰলৈ শব্দ কৰিব পাৰে।
৪.ভাৰতৰ প্ৰথম খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?
উঃ কৰবেট ৰাষ্ট্ৰীয় উদ্যান।
৫.বিখ্যাত গান্ধী -আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ ১৯৩১ চনত ।
৬.সৰ্বোচ্চ স্থানত অৱস্থিত অল ইণ্ডিয়া ৰেডিঅ' ৰ সম্পসাৰণ কেন্দ্ৰটোৰ নাম কি?
উঃ লেহ ।
৭.ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়?
উঃ জয়পুৰ।
৮.অসী আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে?
উঃ বাৰাণসী(বৰুণ আৰু অসী)।
৯. স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল কোন আছিল?
উঃ সৰোজিনী নাইডু।
১০.মহিলা বিশ্বকাপ ক্ৰিকেট কিমান চনৰ পৰা আৰম্ভ হৈছিল?
উঃ ১৯৭৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ