উঃ ৰাজা টডৰমল।
২. নিজৰ শোৱা পাটী নিতৌ পৰিস্কাৰ কৰা জন্তুুবিধৰ নাম কি?
উঃ বেজাৰ্চ।
৩.ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসটোক ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী দিৱসৰূপে পালন কৰা হয়।কিমান তাৰিখে এই দিৱস পালন কৰা হয়?
উঃ ২১ মে' ।
৪.'সাহিত্য অকাডেমী বঁটা' প্ৰাপ্ত প্ৰথম মহিলা গৰাকী কোন?
উঃ অমৃতা প্ৰীতম।
৫.কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?
উঃ আবুল ফজল।
৬.বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল?
উঃ ছিমলা।
৭.বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন?
উঃ তুলসী দাস।
৮.ভাৰত আৰু শ্ৰী লংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম কি?
উঃ পাকপ্ৰণালী।
৯.ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়?
উঃ দামোদৰ নদী।
১০. ভাৰতৰ বৃহত্তম মছজিদ কোনটো?
উঃ দিল্লীৰ জামা মছজিদ।