▪️ কোন চনত মল্লদেৱে (নৰ নাৰায়ণ) নাৰায়ণ উপাধি অৰ্জন কৰে?
উঃ ১৫৪০ চনত।
▪️কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? (Bodoland Territorial Council)
উঃ ২০০৩ চনত।
▪️জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ ________ সৰ্ববৃহৎ ৰাজ্য।
উঃ ১৫ সংখ্যক।
▪️ নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত?
উঃ কাৰ্বি আংলং জিলাত।
▪️ মলেচ্ছ ৰাজবংশ (Mlechchha dynasty) কাৰ দ্বাৰা স্থাপন কৰা হৈছিল?
উঃ শালস্তম্ভ (Salasthamba)।