সাধাৰণ জ্ঞান

▪️ কোন চনত মল্লদেৱে (নৰ নাৰায়ণ) নাৰায়ণ উপাধি অৰ্জন কৰে?

উঃ ১৫৪০ চনত।

▪️কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? (Bodoland Territorial Council)

উঃ ২০০৩ চনত।

▪️জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ ________ সৰ্ববৃহৎ ৰাজ্য।

উঃ ১৫ সংখ্যক।

▪️ নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত?

উঃ কাৰ্বি আংলং জিলাত।

▪️ মলেচ্ছ ৰাজবংশ (Mlechchha dynasty) কাৰ দ্বাৰা স্থাপন কৰা হৈছিল?

উঃ শালস্তম্ভ (Salasthamba)।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send