▪️হোৱাটচএপ প্ৰতিষ্ঠা কৰা হৈছিল ২৪ ফেব্ৰুৱাৰী ২০০৯ চনত ।
▪️হোৱাটচএপৰ এটা গ্ৰুপত সৰ্বাধিক ২৫৬ জন লোক ভৰ্তি হ'ব পাৰে ।
▪️হোৱাটচএপৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক এডমিন জনক সেই একেটা গ্ৰুপৰে অন্য এজন এডমিনে বহিস্কাৰ কৰিব নোৱাৰে ।
▪️২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপৰ তথ্য অনুসৰি হোৱাটচএপ ব্যৱহাৰকাৰীৰৰ মুঠ সংখ্যা ২০০ কোটিতকৈও অধিক ।
▪️হোৱাটচএপৰ এটা মেছেজ দ্বিতীয়জন ব্যক্তিয়ে নেদেখাৰ আগত বা দেখাৰ পিছত মেছেজটো ডিলিট কৰাৰ সময়সীমা ১ ঘন্টা ।
▪️হোৱাটচএপ ষ্টেটাচত ভিডিঅ' আপলোডৰ নূন্যতম সময় ১ ছেকেণ্ড আৰু দীৰ্ঘতম সময়ৰ ৩০ ছেকেণ্ড মাত্ৰ ।
▪️হোৱাটচএপ ষ্টেটাচত একে সময়তে সৰ্বমুঠ ৩০ খন ফটো আপলোড কৰিব পাৰি ।
▪️এটা হোৱাটচএপ ষ্টেটাচৰ ম্যাদ ২৪ ঘন্টালৈকে থাকে ।
▪️হোৱাটচএপ ষ্টেটাচ এটাত সৰ্বোচ্চ ৭০০ টা বৰ্ণ ব্যৱহাৰ কৰিব পাৰি ।
উৎসঃ ইন্টাৰনেট
✍️ ৰিংকু ৰাজোৱাৰ
টিয়ক,যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ