- ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল। আজিৰ দিনটোতে ।
- ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল আজিৰ দিনটোতে ।
- আজি বিশ্ব সামাজিক মাধ্যম দিৱস।
- ১৯২২ - অমূল্য বৰুৱাৰ জন্ম আজিৰ দিনটোতে , অসমীয়া কবি।
- ১৯৬৬ - মাইক টাইছনৰ জন্ম আজিৰ দিনটোতে , বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ।
- ১৯৬৯ - সনথ জয়সূর্যৰ জন্ম আজিৰ দিনটোতে , শ্ৰীলংকাৰ ক্রিকেট খেলুৱৈ।
- ১৯৮৫ - মাইকেল ফেলপচৰ জন্ম আজিৰ দিনটোতে , মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।
- ১৯১৭ - দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল আজিৰ দিনটোতে , বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
- ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভৰ মৃত্যু হৈছিল আজিৰ দিনটোতে , ৰুচ দেশৰ মহাকাশচাৰী।
- ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ কাৰ্গিল যুদ্ধত শ্বহীদ হয়। আজিৰ দিনটোতে ।
ইতিহাসৰ পাতত আজিৰ দিনটো
June 30, 2021
0
৩০ জুন (ইংৰাজী: 30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰ শেষ হ'বলৈ ১৮৪ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ