ইতিহাসৰ পাতত আজিৰ দিনটো

৩০ জুন (ইংৰাজী30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰ শেষ হ'বলৈ ১৮৪ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল। আজিৰ দিনটোতে ।
  • ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল আজিৰ দিনটোতে ।
  • আজি বিশ্ব সামাজিক মাধ্যম দিৱস।
  • ১৯২২ - অমূল্য বৰুৱাৰ জন্ম আজিৰ দিনটোতে , অসমীয়া কবি।
  • ১৯৬৬ - মাইক টাইছনৰ জন্ম আজিৰ দিনটোতে , বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ।
  • ১৯৬৯ - সনথ জয়সূর্যৰ জন্ম আজিৰ দিনটোতে , শ্ৰীলংকাৰ ক্রিকেট খেলুৱৈ।
  • ১৯৮৫ - মাইকেল ফেলপচৰ জন্ম আজিৰ দিনটোতে , মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।
  • ১৯১৭ - দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল আজিৰ দিনটোতে , বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
  • ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভৰ মৃত্যু হৈছিল আজিৰ দিনটোতে , ৰুচ দেশৰ মহাকাশচাৰী।
  • ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ কাৰ্গিল যুদ্ধত শ্বহীদ হয়। আজিৰ দিনটোতে ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send