ক'ৰ'ণা-কবিতা~লক্ষীন্দ্ৰ গগৈ

©Admin
0
ক'ৰ'ণা, ক'ৰ'ণা,
ক'ৰ'ণা নো কি?
ই এক ভাইৰাছ অপকাৰী যি ।
ক'ৰ'ণা আতংকত পৃথিৱী পৰিল,
পৃথিৱীৰ বহুত মানুহ অকালতেই মৰিল।

সাৱধানে আছোঁ মই 
সমাজক আঁতৰাই,
সকলো দেশতে মানুহ 
মাৰিছে ক'ৰ'ণাই ।

কি কৰোঁ এতিয়া 
কাৰোৰে উপায় নাই,
মহামাৰী ৰূপ লৈ 
আহিছে আগুৱাই । 
 
বৈজ্ঞানিক ব্যস্ত, দোকান বজাৰ বন্ধ,
ডাক্তৰ, পুলিচ ব্যস্ত, গাড়ী-মটৰ বন্ধ।
কাৰ্ফিউ চলি আছে,
মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে।

চীনত উৎপত্তি হ'ল,
বিশ্বত বিয়পি গ'ল।
বহুত মানুহ মৰি গ'ল,
চকুত পানী ভৰি গ'ল। 

ক'ৰ'ণাৰ দৰৱ নাই,
সাৱধানৰ মৰণ নাই।
গাইড লাইন মানি চলা,
মৃত্যুৰ পৰা বাছি যাবা ।।

    ✍️লক্ষীন্দ্ৰ গগৈ
  লখিমপুৰ, ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)