২ জুন - আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
২ জুন (ইংৰাজী: 2 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৩তম (অধিবৰ্ষত ১৫৪তম) দিন। বছৰ শেষ হ'বলৈ ২১২ দিন বাকী থাকে।
১/ ১৭৮০ চনত উইলিয়াম হাৰ্ছেলৰ সপ্তৰ্ষিমণ্ডল আৱিস্কাৰ।

২/ ১৯৫৯ চনত দেশৰ প্ৰথম পলিথিন প্ৰস্তুত প্ৰকল্প মুকলি।

৩/ ১৯৭৩ চনত ইটানগৰত অৰুণাচলৰ নতুন ৰাজধানীৰ আধাৰশিলা।

৪/ ১৯৭৯ চনত পোপ দ্বিতীয় জন পলে, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।

৫/ ১৯৯৯ চনত ভূটান ব্ৰডকাষ্টিং ছাৰ্ভছে প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।

৬/ ১৫৩৫ চনত পোপ একাদশ লিওৰ জন্ম (মৃত্যু: ১৬০৫)।

৭/ ১৭৩১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি মাৰ্থা ৱাচিংটনৰ জন্ম। (মৃ. ১৮০২)

৮/ ১৮৬৫ চনত ইংৰাজ ক্ৰিকেটাৰ জৰ্জ লোহমেনৰ জন্ম। (মৃ. ১৯০১)

৯/ ১৯১৮ চনত গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক ভৱানন্দ দত্তৰ জন্ম। (মৃত্যু: ১৯৫৯)

১০/ ১৯৪৬ চনত ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক লাছে হালস্ত্ৰোমৰ জন্ম।

১১/ ১৯৬৫ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাৰ্ক ৱাহৰ জন্ম।

১২/ ১৯৮১ চনত বাংলাদেশী সঙ্গীতশিল্পী ৰাছেদ উদ্দিন আহমেদ তপুৰ জন্ম।

১৩/ ১৯৮৭ চনত শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ এঞ্জেলো মে৭ চনত ভাৰঅভিনেত্ৰী সোণাক্ষী সিনহাৰ জন্ম।

১৫/ ১৯২৮ চনত অসমীয়া সাহিত্যৰ প্ৰথম ছনেট প্ৰণেতা তথা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু।

১৬/ ১৯৭৫ চনত ভাৰতীয় পদাৰ্থবিজ্ঞানী দেবেন্দ্ৰ মোহন বসুৰ মৃত্যু। (জ. ১৮৮৫)

১৭/ ১৯৭৭ চনত উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা ষ্টিভেন বয়েডৰ মৃত্যু। (জ. ১৯৩১)

১৮/ ১৯৮১ চনত বঙালী কথাশিল্পী আৰু ঔপন্যাসিক আকবৰ হোছেইনৰ মৃত্যু।(জ. ১৯১৭)

১৯/ ১৯৮৮ চনত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা ৰাজ কাপুৰৰ মৃত্যু। (জ. ১৯২৪)

২০/ ১৯৯০ চনত ইংৰাজ অভিনেতা ৰেক্স হাৰিছনৰ মৃত্যু। (জ. ১৯০৮)

২১/ ২০১৫ চনত সত্যজিৎ ৰায়ৰ স্ত্ৰী বিজয়া ৰায়ৰ মৃত্যু। (জ. ১৯১৭)

২২/ ২০১৯ চনত বাংলাদেশী নাট্যকাৰ, অভিনেতা আৰু ভাষা-সৈনিক মমতাজউদ্দীন আহমদৰ মৃত্যু। (জ. ১৯৩৫)

২৩/ আন্তঃৰাষ্ট্ৰীয় যৌন-কৰ্মী দিৱস।

২৪/ তেলঙ্গানা দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)