১.চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ বীৰপাল।
২.উত্তৰ কাছাৰ জিলাৰ 'জাতিংগা' কোনখন পাহাৰত অৱস্থিত?
উঃ বৰাইল।
৩.প্ৰথম অসমীয়া পুৰুষ আই.এ.এছ বিষয়াজনৰ নাম কি?
উঃ অচ্যুত শইকীয়া।
৪.ব্ৰিটিছ চৰকাৰৰ পৰা 'ছাৰ' উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উঃ ছাৰ ছৈয়দ চাদুল্লা।
৫.উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি?
উঃ পাৰ্বতী কুমাৰ গোস্বামী।
৬.২০১১চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উঃ ৭৩.১৮
৭.অসমীয়া পুৰুষসকলে পৰিধান কৰা মূখ্য পোছাক কি?
উঃ ধুতি-চুৰিয়া।
৮.অল ইণ্ডিয়া ৰেডিঅ' , গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি?
উঃ হৃদয়ৰ প্ৰয়োজন।
৯.অসমীয়া সাহিত্যৰ 'Walter scott' বুলি কাক জনা যায়?
উঃৰজনীকান্ত বৰদলৈ।
১০.অসমত পোৱা সৰ্বোচ্চ বৃক্ষবিধৰ নাম কি?
উঃ হলং।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ