নীতিকথা-হুমায়ুন কবীৰ

(১) ফলাফল কিয় ভাবিছা
কৰ্ম কৰা কৰ্মত মন দিয়া 
কৰ্মই আমাৰ জীৱন....!

(২) জীৱনৰ আৰম্ভণিত কষ্ট কৰা
চাবা শেষৰ ফালে সুখী হ'বা....!

(৩) দুখক কেতিয়াও প্ৰশ্ৰয় নিদিবা
দুখক হাঁহিৰে প্ৰত্যাহ্বান জনাবা
চাবা দুখ কেতিয়াও আহিব নোৱাৰে....!

(৪) তুমি নিজে ভাল হোৱা 
তেতিয়া সকলোকে পাবা
কেতিয়াও বন্ধু বিচাৰি নাাযাবা 
ই সময়ত নিজে ধৰা দিব....!

(৫) কষ্ট, দুখ, বন্ধু যাৰ নাই
সি জীৱনত সফলতাৰ 
মুখ দেখা নেপায় ....!
               
       ✍️হুমায়ুন কবীৰ
            বকো, কামৰূপ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send