কৰ্ম কৰা কৰ্মত মন দিয়া
কৰ্মই আমাৰ জীৱন....!
(২) জীৱনৰ আৰম্ভণিত কষ্ট কৰা
চাবা শেষৰ ফালে সুখী হ'বা....!
(৩) দুখক কেতিয়াও প্ৰশ্ৰয় নিদিবা
দুখক হাঁহিৰে প্ৰত্যাহ্বান জনাবা
চাবা দুখ কেতিয়াও আহিব নোৱাৰে....!
(৪) তুমি নিজে ভাল হোৱা
তেতিয়া সকলোকে পাবা
কেতিয়াও বন্ধু বিচাৰি নাাযাবা
ই সময়ত নিজে ধৰা দিব....!
(৫) কষ্ট, দুখ, বন্ধু যাৰ নাই
সি জীৱনত সফলতাৰ
মুখ দেখা নেপায় ....!
✍️হুমায়ুন কবীৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ