১৩ জুন - আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰ শেষ হ'বলৈ ২০১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল

▪️১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।

▪️১৯০০ - চীনত বক্সাৰ বিদ্রোহ আৰম্ভ হৈছিল।

▪️১২৯০ চনৰ আজিৰ দিনটোত জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।

▪️আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল ১৯৮৩ বৰ্ষৰ আজিৰ দিনটোতে।

▪️সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।

▪️১৭৭৩ - টমাছ ইয়ং জন্ম , ইংৰাজ পদাৰ্থ বিজ্ঞানী।

▪️১৮৩১ - জেমচ্ ক্লাৰ্ক মেক্সৱেল জন্ম , বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক।

▪️১৮৬৫ - উইলিয়াম বাটলাৰ ইয়েটছ জন্ম, আইৰিছ কবি আৰু নাট্যকাৰ।

▪️১৮৯৪ - মিত্ৰদেৱ মহন্ত অধিকাৰী জন্ম (চমুকৈ, মিত্ৰদেৱ মহন্ত), অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)