Homeকবিতা সুদিন-লক্ষীৰাম কুৰ্মী June 29, 2021 2 কি যে দিন আছিল সেইবোৰ , অত-তʼতঅনাই বনাই ঘূৰিফুৰিছিলোঁ।বন্ধু বান্ধৱী সকলৰ লগত আনন্দৰমেল পাতিছিলোঁ। ভাল লাগিছিল সময়বোৰকেনেকৈ দিনটো পাৰ হৈগৈছিল গমেই পোৱা নাছিলোঁ।ম্মৃতিৰ প্ৰতিখিলা পাততসেই সময়ৰ দৃশ্যবোৰএতিয়াও লুকাই আছে। Tags: কবিতা লক্ষীৰাম কুৰ্মী
বহুত বহুত ধন্যবাদ জনালোঁ। প্ৰকাশ কৰাৰ বাবে।
ReplyDeleteধন্যবাদ
ReplyDelete