সুদিন-লক্ষীৰাম কুৰ্মী

কি যে দিন আছিল 
সেইবোৰ , 
অত-তʼত
অনাই বনাই ঘূৰি
ফুৰিছিলোঁ।
বন্ধু বান্ধৱী সকলৰ 
লগত আনন্দৰ
মেল পাতিছিলোঁ। 
ভাল লাগিছিল সময়বোৰ
কেনেকৈ দিনটো পাৰ হৈ
গৈছিল গমেই পোৱা নাছিলোঁ।
ম্মৃতিৰ প্ৰতিখিলা পাতত
সেই সময়ৰ দৃশ্যবোৰ
এতিয়াও লুকাই আছে।




2 Comments

  1. বহুত বহুত ধন্যবাদ জনালোঁ। প্ৰকাশ কৰাৰ বাবে।

    ReplyDelete
Previous Post Next Post