Homeআকাশ দাস দুটা হাতী-আকাশ দাস June 18, 2021 0 আকৌ নামিল ৰাতিমৰম দমাই চন্দ্রত উঠিমশুম হৈ কাটি।পথাৰত দুটা হাতী,বগাৰ কোলাত ক'লা শুইবিচাৰিছে নাতি-পুতি।শুম শাৰী পাতিগছকিম মাটি।সূৰ্য্যক ঢাকি জ্বলাম চাকি,লম এটা ছাতি।দুয়ো হ'ম হাতী;বিচাৰিম জোনতনাতি-পুতি।✍️আকাশ দাস, নলবাৰী ৬০০০১৯১৩৭১ Tags: আকাশ দাস কবিতা