দুটা হাতী-আকাশ দাস

আকৌ নামিল ৰাতি
মৰম দমাই চন্দ্রত উঠিম
শুম হৈ কাটি।

পথাৰত দুটা হাতী,
বগাৰ কোলাত ক'লা শুই
বিচাৰিছে নাতি-পুতি।
শুম শাৰী পাতি
গছকিম মাটি।

সূৰ্য্যক ঢাকি 
জ্বলাম চাকি,
লম এটা ছাতি।

দুয়ো হ'ম হাতী;
বিচাৰিম জোনত
নাতি-পুতি।

✍️আকাশ দাস, নলবাৰী
     ৬০০০১৯১৩৭১

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send