অনুশোচনা-মিনাক্ষী বৰ্মন

ককায়েকৰ আত্মঘাতীৰ পিছত নম্রতায়ে মাক দেউতাকৰ একমাত্ৰ সাৰথি ৷ সেয়েহে ছোৱালী জনীৰ সুখতে সুখী হৈ তাইক মুকলি পৰিৱেশ এটা দিছিল ৷ কিছুদিন পিছত কাষৰ গাঁৱৰে লৰা এজনৰ লগত তাইৰ প্রেমৰ সম্পৰ্ক গঢ়ি উঠিল ৷ মাক দেউতাকে নম্রতাৰ ভালপোৱাক সন্মতিও প্ৰকাশ কৰিলে ৷ 
      ৰঙীন পৃথিৱীলৈ গৈ নম্রতাই মাক দেউতাকৰ বিশ্বাসক উলাই কৰিবলৈ ললে আৰু তেওঁলোকৰ সপোনবোৰত চেঁচা পানী ঢালিলে ৷ তাইৰ বাবে তাই ভালপোৱা ল'ৰাজনহে আপোন হৈ পৰিল ৷কিন্তু  তাইৰ সঁচা ভালপোৱাই বিশ্বাসঘাটকতাৰ মুখহে দেখিলে ৷ কোন আপোন, কোন পৰ তাকে ভাৱি তাই অনুশোচনাত ভুগিলে ৷

✍️মিনাক্ষী বৰ্মন 
নলবাৰী, 
ৰাজনীতি বিজ্ঞান বিভাগ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send