অনুশোচনা-মিনাক্ষী বৰ্মন

অসমীয়া সাহিত্যৰ চানেকি
0
ককায়েকৰ আত্মঘাতীৰ পিছত নম্রতায়ে মাক দেউতাকৰ একমাত্ৰ সাৰথি ৷ সেয়েহে ছোৱালী জনীৰ সুখতে সুখী হৈ তাইক মুকলি পৰিৱেশ এটা দিছিল ৷ কিছুদিন পিছত কাষৰ গাঁৱৰে লৰা এজনৰ লগত তাইৰ প্রেমৰ সম্পৰ্ক গঢ়ি উঠিল ৷ মাক দেউতাকে নম্রতাৰ ভালপোৱাক সন্মতিও প্ৰকাশ কৰিলে ৷ 
      ৰঙীন পৃথিৱীলৈ গৈ নম্রতাই মাক দেউতাকৰ বিশ্বাসক উলাই কৰিবলৈ ললে আৰু তেওঁলোকৰ সপোনবোৰত চেঁচা পানী ঢালিলে ৷ তাইৰ বাবে তাই ভালপোৱা ল'ৰাজনহে আপোন হৈ পৰিল ৷কিন্তু  তাইৰ সঁচা ভালপোৱাই বিশ্বাসঘাটকতাৰ মুখহে দেখিলে ৷ কোন আপোন, কোন পৰ তাকে ভাৱি তাই অনুশোচনাত ভুগিলে ৷

✍️মিনাক্ষী বৰ্মন 
নলবাৰী, 
ৰাজনীতি বিজ্ঞান বিভাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)