২৬ জুন- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
২৬ জুন (ইংৰাজী26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰ শেষ হ'বলৈ ১৮৮ দিন বাকী থাকে।

  • ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
  • ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
  • ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
  • ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
  • ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।
  • আন্তৰ্জাতিক নিৰ্যাতন বিৰোধী দিৱস।
  • আন্তৰ্জাতিক মাদক বিৰোধী দিৱস।
  • ১৮৩৮ - বন্দে মাতৰমৰ লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় জন্ম (২৬ বা ২৭ জুন)। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)