সাধাৰণ জ্ঞান

Unknown
0
১. কোনবিধ তিমিৰ জীৱনকাল দীৰ্ঘতম? 
উত্তৰঃ ব'হেড তিমি।

২. ভূমিকম্পৰ প্ৰতি থকা আতংকক কি কয়? 
উত্তৰঃ ছিছেম'ফ'বিয়া।

৩. কলিকতাৰ কোনখন কাকতত প্ৰয়াত হোমেন বৰগোহাঞিয়ে উত্তৰ- পূৰ্বাঞ্চলৰ বিশেষ সংবাদদাতা হিচাপে যোগদান কৰিছিল? 
উত্তৰঃ আজকাল।

৪. হোমেন বৰগোহাঞিয়ে নৱপ্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮১ চনত আৰম্ভ কৰা আলোচনীখনৰ নাম কি? 
উত্তৰঃ কিশোৰ সাৰথি।

৫. মুদ্ৰাৰ অধ্যয়নক ইংৰাজীত কি বুলি কোৱা হয়? 
উত্তৰঃ নিউমিচমেটিকছ।

৬. আৰ্য সভ্যতাৰ প্ৰতীক কি? 
উত্তৰঃ স্বস্তিকা।

৭. ভাৰতীয় সংবিধানৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? 
উত্তৰঃ ১৯৪৬ ।

৮. ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? 
উত্তৰঃ ১৯৪২  ।

৯. সংস্কৃতিৰ ভাবাত্মক সংজ্ঞা কোনে আগবঢ়াইছে? 
উত্তৰঃ ই. বি.  টাইলৰ ।

১০. সাংস্কৃতিক দীৰ্ঘসূত্ৰিতা কি? 
উত্তৰঃ সংস্কৃতিৰ অবস্তুবাদী দিশৰ তুলনাত বস্তুবাদী দিশৰ অধিক অগ্ৰগতি । (উইলিয়াম এফ. অগবাৰ্ণৰ দ্বাৰা উদ্ধৃত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)