জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো-অলকেশ খাটনিয়াৰ

নিজৰ লেখা অসমীয়া সাহিত্যৰ চানেকি ই আলোচনীত প্ৰকাশিত হোৱাৰ দিনা মনটো আনন্দত নাচি উঠিছিল। মই লিখা প্ৰথম কবিতা "হৃদয়ৰ উচুপনি" প্ৰকাশ পাইছিল এইখন ই আলোচনীত। অসমীয়া সাহিত্য চানেকি ই আলোচনীৰ সকলো কৰ্মকৰ্তালৈ মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ এই মহান কৰ্মই সাহিত্যৰ জগতৰ ভঁৰাল চহকী কৰক। তাৰেই কামনাৰে।

✍️অলকেশ খাটনিয়াৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send