জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো-অলকেশ খাটনিয়াৰ

Rinku Rajowar
0
নিজৰ লেখা অসমীয়া সাহিত্যৰ চানেকি ই আলোচনীত প্ৰকাশিত হোৱাৰ দিনা মনটো আনন্দত নাচি উঠিছিল। মই লিখা প্ৰথম কবিতা "হৃদয়ৰ উচুপনি" প্ৰকাশ পাইছিল এইখন ই আলোচনীত। অসমীয়া সাহিত্য চানেকি ই আলোচনীৰ সকলো কৰ্মকৰ্তালৈ মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ এই মহান কৰ্মই সাহিত্যৰ জগতৰ ভঁৰাল চহকী কৰক। তাৰেই কামনাৰে।

✍️অলকেশ খাটনিয়াৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)