কুটিল সময়-অংশুমান ভূঞা

অঞ্চলটোৰ যিকোনো মানুহৰে সৰু-ডাঙৰ বিপদৰ সময়ত ধীমান শইকীয়াৰ পৰিয়ালে সহায়ৰ হাত আগবঢ়াই আহিছে।কাৰোবাৰ বিপদ বুলি গম পালেই এক আশাৰ প্ৰদীপ হৈ শইকীয়া গৈ তুৰন্তে হাজিৰ।
       আজি শইকীয়াৰ পৰিয়াল বিপদত।মহামাৰীৰ গ্ৰাসত।আনক সহায় কৰি জীৱন উপভোগ কৰা শইকীয়াক কোনেও সহায় কৰিব নোৱৰাকৈ দ্বাৰ ৰুদ্ধ।কুটিল সময়ৰ নিষ্ঠুৰ চক্ৰান্ত।

✍️অংশুমান ভূঞা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send