অঞ্চলটোৰ যিকোনো মানুহৰে সৰু-ডাঙৰ বিপদৰ সময়ত ধীমান শইকীয়াৰ পৰিয়ালে সহায়ৰ হাত আগবঢ়াই আহিছে।কাৰোবাৰ বিপদ বুলি গম পালেই এক আশাৰ প্ৰদীপ হৈ শইকীয়া গৈ তুৰন্তে হাজিৰ।
আজি শইকীয়াৰ পৰিয়াল বিপদত।মহামাৰীৰ গ্ৰাসত।আনক সহায় কৰি জীৱন উপভোগ কৰা শইকীয়াক কোনেও সহায় কৰিব নোৱৰাকৈ দ্বাৰ ৰুদ্ধ।কুটিল সময়ৰ নিষ্ঠুৰ চক্ৰান্ত।
✍️অংশুমান ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ