স্তৱক -১০-প্ৰবিন দত্ত

©Admin
0
আহিম বুলি কথা দিলি,
নাহিলি, নকলি একো।
এতিয়া মই কিদৰে পাহৰো
মনৰ আকাশৰ মোৰ
প্ৰতিপদ কাঁচি জোন।
বৰ হেঁপাহেৰে সাজিছিলো
হৃদয়ৰ পৰা হৃদয়লৈ 
এডালি হাতীপটীয়া সাঁকো।


✍️প্ৰবিন দত্ত
     শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)