স্তৱক -১০-প্ৰবিন দত্ত

আহিম বুলি কথা দিলি,
নাহিলি, নকলি একো।
এতিয়া মই কিদৰে পাহৰো
মনৰ আকাশৰ মোৰ
প্ৰতিপদ কাঁচি জোন।
বৰ হেঁপাহেৰে সাজিছিলো
হৃদয়ৰ পৰা হৃদয়লৈ 
এডালি হাতীপটীয়া সাঁকো।


✍️প্ৰবিন দত্ত
     শিৱসাগৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send