দৈনিক ৰাশিফল- আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                                      

৮ শাওণ, ৰবিবাৰ ,ইং ২৫ জুলাই,২০২১।
সূৰ্য্যোদয় ঘ:৪/৫১/৫৩সূৰ্য্যাস্ত ঘ:৬/৬/৫৩

ৰাশি :- মকৰ ৰাশি।ৰা:ঘ:- ১২/৪২/৪৪ যোৱাত কুম্ভ ৰাশি।
তিথি - কৃষ্ণ প্ৰতিপদ। প্ৰা:ঘ:- ৬/২৪/০৯ লৈ।
নক্ষত্ৰ : - শ্ৰৱনা ।ঘ:- ১২/৫০/৫৯ লৈ।
শুভ সংখ্যা :- ৯/১
শুভ ৰং :- ৰঙা / সোনালী
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা :- পূৱ দিশত নাই । প্ৰা:ঘ:- ৬/২৪/৯ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । প্ৰা:ঘ:- ৬/২৪/৯ যোৱাত উত্তৰ দিশত ।
মৰণত দোষ:-এপদ ।প্ৰা:ঘ:- ৬/২৪ /৯ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- কোমোৰা  প্ৰা:ঘ:- ৬/২৪ /৯  যোৱাত তিতা  খোৱা নিষেধ।

১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, মনত শান্তি বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, ভ্ৰমণত সফল হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*:  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে  মনত নতুন আশাৰ সঞ্চাৰ   হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য সামান্য সন্মান হানি হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশি* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতাৰ মাজেৰে সফল হব, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব,  যদিও আজি কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত সজাগ হব লগত মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* : - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সামান্য আজি ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মত সফল হব, লগতে ধন সন্মান লাভ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত সফল হব, লগতে ধন সন্মান লাভ যদিও সজাগ নহলে আজি দু :সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*:  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, সম্পদ লাভ হব, লগতে মনত আনন্দ বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়ত শুভ হব, কৰ্মত শুভ হব লগতে প্ৰেমত শুভ   হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-* মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে আজি শুভ সংবাদ লাভ  হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)