সাধাৰণ জ্ঞান - ২৫ জুলাই

পংখী মৰাণ
0
১. আটাইতকৈ পুৰণি প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতি ধাৰা কোনটো? 
= অল্ডৱান সংস্কৃতি।
২. ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন আছিল? 
= আগাষ্টাছ।
৩. ৰোমান সাম্ৰাজ্যত টাইসকলক বুজিবলৈ ব্যৱহাৰ কৰা পদটো কি আছিল? 
= ছাৰ্ভাছ।
৪. ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? 
=ৰাজা ৰামমোহন ৰায়
৫. ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 
= ১৯৪২ চন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)