অৰূপ বৰুৱা ঘৰৰ একমাত্ৰ সন্তান।ঘৰত নিজে পানী এগিলাচ লৈ নোখোৱা লৰাটোয়ে কৰ্ম ক্ষেত্ৰত সৰু ৰুম এটাতে নিজকে আবদ্ধ কৰি, বাচন ধুৱাকে ধৰি ভাত বনোৱালৈকে নিজক প্ৰস্তুত কৰিছে।
পিছে আজি অৰুপ বৰুৱাৰ হৃদয়খন দুখত ভাগি পৰিছে। ৰুগীয়া মাকক হস্পিতেলত ভৰ্তি কৰা বুলি জানিও , ৰুগীয়া মাকৰ কাষত ঠিয় হৈ এষাৰি মাত দিবলৈ যাব পৰা নাই ।
✍️নীলপ্ৰতিম বৰা
টীয়ক ।
ভাল লাগিল
ReplyDelete