দৈনিক ৰাশিফল-২৭ জুলাই

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                ১০শাওণ, মঙ্গলবাৰ ,ইং ২৭জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫২/৪০সূৰ্য্যাস্ত ঘ:৬/৬/০

ৰাশি :-  কুম্ভ ৰাশি।
তিথি - কৃষ্ণ চতুৰ্থী। শে:ৰা:ঘ:- ৪/২০/২৪লৈ।
নক্ষত্ৰ : - শতভিষা।ঘ:- ১২/৪৭/০ লৈ।
শুভ সংখ্যা :- ৩/৭
শুভ ৰং :- ৰঙা / ধোৱাৱৰণ
আদ্যঋতু হলে - দূৰ্ভগা যোগ।
যাত্ৰা :- নৈঋত কোনত  নাই । শে:ৰা:ঘ:- ৪/২০/২৪ যোৱাত দক্ষিণ দিশত নাই।
 যোগিনী :- নৈঋত কোনত । শে:ৰা:ঘ:- ৪/২০/২৪ যোৱাত দক্ষিণ দিশত।
মৰণত দোষ:-এপদ ।ঘ:- ১২/৪৭/০যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য :- মূলা  শে:ৰা:ঘ:- ৪/২০ /২৪  যোৱাত বেল খোৱা নিষেধ।

১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত আনন্দ লাভ হব, সমস্যাৰ সমাধান হব, লগতে বন্ধু লাভ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মৰ সামান্য পৰিৱৰ্তন আহিব পাৰে লগতে সজাগ নহলে সামান্য শত্ৰু ভয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*:  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য  জতিলতা বাঢ়িব, লগতে আজি মনৰ আশা ভংগ হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি সজাগ নহলে দু:সংবাদ পোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশি* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব,কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত প্ৰসংসা লাভ হব, আজি ঋণ পৰিশোধ কৰাৰ সুবিধা লাভ কৰিব পাৰে, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* : - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, লগতে প্ৰেম আৰু কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, মনত আনন্দ বাঢ়িব লগতে ঘৰুৱা দিশত উন্নতি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্ম মৰ্যাদা লাভ  হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*:  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে মনত সামান্য দু:খ পাৱ পাৰে লগতে আজি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হোৱাটো ভাল হব, 

১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব , যদিও শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-* মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব, উপাৰ্জন বাঢ়িব লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)