সাধাৰণ জ্ঞান কুইজ-বিশিষ্ট ব্যক্তিৰ সন্মানসূচক উপাধি

©Admin
0
১) অগ্নিকবি---- কমলাকান্ত ভট্টাচার্য
২)অসম কেশৰী----অম্বিকাগিৰী ৰায় চৌধুৰী
৩)অতীন্দ্রিয়বাদী----নলিনীবালা দেৱী
৪)অসম গৌৰৱ----হেম বৰুৱা
৫)উপন্যাস সম্রাট----জনীকান্ত বৰদলৈ
৬)কর্মবীৰ-----নবীনচন্দ্র বৰদলৈ
৭)কলাগুৰু----বিষ্ণুপ্রসাদৰাভা
৮)কবিতা কোঁৱৰ----অম্বেশ্বৰ চেতীয়া ফুকন
৯)গীতিকবি----পাবর্তী প্রসাদ বৰুৱা
১০)ত্যাগবীৰ-----হেমচন্দ্রবৰুৱা
১২)দেশভক্ত ----তৰুণৰাম ফুকন
১৩)দেশপ্রাণ ----লক্ষীধৰ শর্মা
১৪)বীৰবালা-----কনকলতা
১৫)বকুল বনৰ কবি----আনন্দ চন্দ্র বৰুৱা
১৬)বনফুলৰ কবি---যতীন্দ্রনাথ দুৱৰা
১৭)নটসূর্য----ফনী শর্মা
১৮)জিকিৰ সম্রাট---ৰেকিবুদ্দিন আহমেদ
১৯)লৌহ মানৱ----বিষ্ণুৰাম মেধি
২০)বিহগী কবি----ৰঘুনাথ চৌধাৰী
২১)বিপ্লৱী কবি----প্রসন্নলাল চৌধুৰী
২২)বাগ্মীবৰ----নীলমনি ফুকন
২৩)ভাঙনি কোঁৱৰ----আনন্দ চন্দ্র আগৰৱালা
২৪)পাপৰিৰ কবি----গণেশ গগৈ
২৫)প্রতিমাৰ খনিকৰ---চন্দ্রকুমাৰ আগৰৱালা
২৬)লোকনায়ক- --অমিয় কুমাৰদাস
২৭)লোকবন্ধু----ডাঃ ভূৱনেশ্বৰ বৰুৱা
২৮)সাহিত্যাচার্য--- অতুলচন্দ্র হাজৰিকা, মিত্রদেৱ মহন্ত , চৈয়দ আব্দুল মালিক
২৯)শেৱালী কবি---ৰত্নকান্ত বৰকাকতী
৩০)নিজৰাৰ কবি ----শৈলধৰ ৰাজখোৱা
৩১)জ্ঞান মালিনীৰ কবি---মফিজুদ্দিন আহমেদ হাজৰিকা
৩২)প্রাচ্য পণ্ডিত----কৃষ্ণকান্ত সন্দিকৈ
৩৩)সদস্য মহীয়ান----কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ
৩৪)সেউজ কোঁৱৰ ---পৰাগধৰ চলিহা
৩৫)ৰঙাজিয়াৰ কবি----মহিম বৰা
৩৬)খৰিকাজাইৰ কবি----ভবানন্দ ৰাজখোৱা
৩৭)বনকোঁৱৰ ---আনন্দিৰাম দাস
৩৮)অসমৰ বেকন--- সত্যনাথ বৰা ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)