জীৱন-দিগন্ত বৈশ্য

পংখী মৰাণ
0

       ফুলবোৰৰ মাজত তুমি
        পখিলা এটা হৈ গুণগুণাই ফুৰোঁতে 
তৰাবোৰৰ মাজত তৰা এটা হৈ
           উজলি থাকোঁতে
জোনাক ৰাতি জোনাকী পৰুৱা হৈ
             উৰি ফুৰোঁতে 
দুহাত মেলিও যেতিয়া  তোমাক
          সাবটি ধৰিব নোৱাৰিলোঁ
তেতিয়াহে অনুভৱ কৰিলোঁ
  মোৰ জীৱনটোৰ বাবে তুমি কোন ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)