জীৱন-দিগন্ত বৈশ্য


       ফুলবোৰৰ মাজত তুমি
        পখিলা এটা হৈ গুণগুণাই ফুৰোঁতে 
তৰাবোৰৰ মাজত তৰা এটা হৈ
           উজলি থাকোঁতে
জোনাক ৰাতি জোনাকী পৰুৱা হৈ
             উৰি ফুৰোঁতে 
দুহাত মেলিও যেতিয়া  তোমাক
          সাবটি ধৰিব নোৱাৰিলোঁ
তেতিয়াহে অনুভৱ কৰিলোঁ
  মোৰ জীৱনটোৰ বাবে তুমি কোন ?

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send