সাধাৰণ জ্ঞান

⭕গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰথম অসমীয়া মূখ্য ন্যায়ধীশ কোন? 
উত্তৰ- হলিৰাম ডেকা
⭕ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে?
উত্তৰ-  ৪৪৮
⭕ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ কেতিয়া গঠন হৈছিল? 
উত্তৰ- ১৯২৫
⭕গুৱাহাটী উচ্চ ন্যায়ালয় কিমান খনৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়? 
উত্তৰ- ৪ খন( অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম) 
⭕ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰথম  গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?
উত্তৰ- সুকুমাৰ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send